Sunday, 23 March 2025

Hello Hojai! Performing for you tomorrow at Demoru Mahotsav 2025.

                                          


                                      মই আহি আছো - ডিমৰু মহোৎসৱ ২০২৫ কাকী, হোজাই জিলা

Date: 23rd March 2025
নমস্কাৰ! মই কল্পনা পাটোৱাৰী অহা ২০২৫ চনৰ ২৩ মাৰ্চত কাকী ডীমৰুপথাৰত অনুষ্ঠিত হ'বলগীয়া ডিমৰু মহোৎসৱত সংগীত পৰিবেশন কৰিবলৈ আহি আছো । কাকী বনাঞ্চলৰ ১৭২ খন গাঁওৰ ২৩ টা জাতি-জনগোষ্ঠীৰ সমন্বয়ত হ'বলগীয়া এই ডিমৰু মহোৎসৱত মোক আমন্ত্ৰণ জনোৱাৰ‌ বাবে‌ আয়োজক কমিটীলৈ অশেষ ধন্যবাদ জনালোঁ। গতিকে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।

No comments:

Post a Comment